বাথৌ উৎসৱবাথৰুম

বাথৌ পূজা (Assamese) [ Roman: ba.thou pu.ja]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
1. Business-Commerce-EconomicsFestival(Proper Noun-Neuter) An important religious festival of the Bodo-Kacharies of Assam, India. In this festival, the people worship a god known by different names like Gila Damra, Khuria Bwrai, Sri Brai (Shib bwrai), Bathow Bwrai etc. Some identify this god with the Hindu god Lord Shiva. The different forms of this festival are-Garja, Kherai and Marai. Among these festivals Kherai is the most significant. বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান৷ বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা৷ সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়৷ হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে৷ বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা৷ বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপন কৰা হয়৷ বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰৃ কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়৷